প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব’য়িঙৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ এল কেলহাউনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 24 JUN 2023 7:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৩ জুনত ৱাশ্বিংটন ডি চিত বয়িঙৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ এল কেলহাউনক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী আৰু শ্ৰীযুত কেলহাউনে বিমানৰ ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহ’ল (এম আৰ অ’)ৰ ক্ষেত্ৰকে ধৰি ভাৰতৰ বিমান পৰিবহণ খণ্ডত বয়িঙৰ অধিক উপস্থিতিৰ বিষয়ে আলোচনা কৰে। ভাৰতৰ মহাকাশ উৎপাদন খণ্ডত বিনিয়োগ কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে বয়িঙক আহ্বান জনায়।

******


(रिलीज़ आईडी: 1940336) आगंतुक पटल : 117
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada