প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
পোষ্ট কৰা হৈছে:
13 JUL 2023 10:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জুলাই,২০২৩ তাৰিখে ফ্ৰান্সৰ নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী এলিজাবেথ বৰ্নৰ সৈতে বৈঠকত মিলিত হয়।
দুয়োগৰাকী নেতাই অৰ্থনীতি, বাণিজ্য, শক্তি, পৰিৱেশ, শিক্ষা, যাতায়াত, ৰেলৱে, ডিজিটেল গণ পৰিকাঠামো, সংগ্ৰহালয় সংক্ৰান্তীয় বিজ্ঞান আৰু নাগৰিক সংযোগসহ বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে।
ভাৰত আৰু ফ্ৰান্সৰ মাজত বহুপাক্ষিক সহযোগিতা গভীৰ কৰাৰ সংকল্প পুনৰ্ব্যক্ত কৰে দুয়োপক্ষই।
***********
(ৰিলিজ আই ডি : 1940332)
অতিথি কক্ষ : 161
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam