প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডঃ মনসুখ মাণ্ডৱিয়াৰ প্রবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
05 JUL 2023 12:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। ইয়াত স্বাস্থ্যসেৱাত বিনিয়োগ যথেষ্ট বৃদ্ধি আৰু ই অন্তিম প্ৰান্তত উপনীত হৈ ভাৰতৰ সামগ্ৰিক স্বাস্থ্যসেৱাৰ বাতাবৰণৰ অগ্ৰগতি সাধনৰ কথা উল্লেখ কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰেঃ
“কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াই ভাৰত চৰকাৰে দেশৰ অতিশয় দুৰ্বল আৰু অন্তিম প্ৰান্তৰ লোকসকলক কেনেকৈ সুলভ আৰু সুগম মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদান কৰিছে, সেই বিষয়ে বিশদভাৱে কৈছে।”
***
(रिलीज़ आईडी: 1939204)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam