প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘আয়ুষ্মান ভাৰত’ আঁচনিখনৰ পৰিসৰ ১.৬০ লাখৰো অধিক ‘স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ’লৈ সম্প্ৰসাৰিত কৰা কাৰ্যৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
10 JUL 2023 9:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আয়ুষ্মান ভাৰত’ আঁচনিখনৰ পৰিসৰ ১.৬০ লাখতকৈয়ো অধিক ‘স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ’লৈ সম্প্ৰসাৰণ কৰা কাৰ্যৰ প্ৰশংসা কৰে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ এটা ‘টুইট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"দৰিদ্ৰ লোকসকলৰ বাবে শীৰ্ষ মানৰ আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা আমাৰ প্ৰচেষ্টাই গতি লাভ কৰিছে।"
***
(रिलीज़ आईडी: 1939195)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam