প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে
জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াৰে কথা পাতে
प्रविष्टि तिथि:
10 JUL 2023 1:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াবৰ্গৰে কথা পাতি ভাৰতৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লয়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়ঃ
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াবৰ্গৰে কথা পাতি ভাৰতৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লয়। স্থানীয় প্ৰশাসন, এনডিআৰএফ আৰু এছডিআৰএফৰ দলে পীড়িত লোকসকলক সুকলমে উদ্ধাৰৰ বাবে কাম কৰি আছে।”
***
(रिलीज़ आईडी: 1939194)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam