প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰতিটো খণ্ডই দ্ৰুত অগ্ৰগতিৰ সাক্ষী হৈছে, উন্নত ভাৰতৰ বাবে মঞ্চ নিৰ্মাণ কৰিছে: প্ৰধানমন্ত্ৰী

Posted On: 15 JUN 2023 11:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অতুলনীয় আন্তঃগাঁথনিৰ পৰিৱেশ গঢ় দিয়া বিভিন্ন বিকাশ আৰু উন্নয়নৰ পদক্ষেপ সম্বন্ধীয় এলানি প্ৰবন্ধ, গ্রাফিক্স, ভিডিঅ’ আৰু তথ্য শ্বেয়াৰ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় :

"#9YearsOfGatiAndPragati (গতি আৰু প্ৰগতিৰ ৯ বছৰ)  আমি ভাৰতৰ বৃদ্ধি আৰু উন্নয়নৰ শিপাক লালন-পালন কৰিলোঁ, অতুলনীয় আন্তঃগাঁথনিৰ পৰিৱেশ গঢ় দিলোঁ। প্ৰতিটো খণ্ডই দ্ৰুত উন্নতিৰ সাক্ষী হৈছে, এক উন্নত ভাৰতৰ বাবে মঞ্চ তৈয়াৰ কৰিছে।"

***



(Release ID: 1934818) Visitor Counter : 67