প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰথম জনজাতীয় খেল মহোৎসৱৰ পদক্ষেপক প্ৰশংসা প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
14 JUN 2023 9:56PM by PIB Guwahati
ভুৱনেশ্বৰৰ কলিংগা সমাজ বিজ্ঞান প্ৰতিষ্ঠানত প্ৰথম জনজাতীয় খেল মহোৎসৱৰ আয়োজনত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে সুখ প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এই খেলসমূহক এক বৃহৎ আৰম্ভণি আখ্যা দি দেশৰ বাবে বঁটা কঢ়িয়াই অনাৰ ক্ষেত্ৰত জনজাতীয় খেলুৱৈসকলৰ ভূমিকাক স্বীকাৰ কৰে।
অমৃত মহোৎসৱৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।
"আমাৰ ক্ৰীড়া জগতত এক ডাঙৰ আৰম্ভণি! বিশ্বব্যাপী ইভেণ্টত ভাৰতক স্বীকৃতি দিয়াত জনজাতীয় খেলুৱৈসকলে বৃহৎ ভূমিকা পালন কৰিছে। এনে প্ৰচেষ্টাই দেশখনক এই সম্প্ৰদায়ৰ পৰা নতুন প্ৰতিভা উলিয়াই আনিব।"
***
(रिलीज़ आईडी: 1934810)
आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Nepali
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam