প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীৰ সৈতে ব্যক্তিগত অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
22 JUN 2023 10:56AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুন, ২০২৩ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী ড০ জিল বিডেনৰ দ্বাৰা হোৱাইট হাউচত আয়োজিত এক ব্যক্তিগত অনুষ্ঠানত অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ পৰিয়ালবৰ্গকো সাক্ষাৎ কৰে। এই বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে ভাৰত আৰু মাজত উষ্ম বন্ধুত্বক পুনৰ নিশ্চিত কৰে।
***
(रिलीज़ आईडी: 1934581)
आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam