প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আমেৰিকান গায়িকা তথা গ্ৰেমী পুৰস্কাৰ বিজয়ী সুশ্ৰী ফাল্গুনী শ্বাহৰ সৈতে সাক্ষাৎ কৰে
পোষ্ট কৰা হৈছে:
21 JUN 2023 9:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্ক, ইউএছএত ভাৰতীয় আমেৰিকান গায়িকা, সংগীতজ্ঞ তথা গ্ৰেমী পুৰস্কাৰ বিজয়ী সুশ্ৰী ফাল্গুনী শ্বাহৰ সৈতে সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে সুশ্ৰী শ্বাহৰ গীত 'এবাণ্ডেন্স ইন মিলেটছ'ৰ বাবে তেওঁৰ প্ৰশংসা কৰে, যি স্বাস্থ্য আৰু পৰিৱেশৰ অনুকূল মোটা শস্য/মিলেটৰ বিষয়ে সজাগতা বৃদ্ধি কৰিছে। লগতে, প্ৰধানমন্ত্ৰীয়ে নিজৰ সংগীতৰ মাধ্যমত ভাৰত আৰু আমেৰিকাৰ জনসাধাৰণক একত্ৰিত কৰা বাবে তেওঁৰ শলাগ লয়।
**********
(ৰিলিজ আই ডি : 1934445)
অতিথি কক্ষ : 136
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam