প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত পীড়িতসকলক পিএমএনআৰএফৰ পৰা এককালীন সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 JUN 2023 11:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত পীড়িতসকলক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ (পিএমএনআৰএফ)ৰ পৰা এককালীন সাহাৰ্য ঘোষণা কৰিছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত টুইটত কয়;

“ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত প্ৰতিগৰাকী মৃতকৰ আত্মীয়ক ২লাখ টকাকৈ পিএমএনআৰএফৰ পৰা এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷ আহতসকলক ৫০,০০০কৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী”

***


(रिलीज़ आईडी: 1934422) आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam