প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এমএছপি বৃদ্ধিত কৃষকসকলে আদৰণি জনোৱাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰিছে
পোষ্ট কৰা হৈছে:
09 JUN 2023 7:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কৃষকসকলৰ সুখে চৰকাৰক নতুন উদ্যমেৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।
তেওঁ ডিডি নিউজৰ এটা টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে য'ত কৃষকসকলে খৰিফ শস্যৰ ওপৰত এমএছপি বৃদ্ধিৰ শেহতীয়া কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছিল।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"আমাৰ কৃষক ভাই-ভনীসকলৰ সুখেই আমাক তেওঁলোকৰ বাবে অধিক কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।"
*************************
(ৰিলিজ আই ডি : 1931592)
অতিথি কক্ষ : 149
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam