প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বঞ্চনাৰ পৰা সুযোগলৈ: বিকশিত ভাৰতৰ পথত অগ্ৰসৰ

प्रविष्टि तिथि: 01 JUN 2023 9:12PM by PIB Guwahati

অন্ত্যোদয়ৰ সিদ্ধান্তৰে অনুপ্ৰাণিত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় গৰীবৰ সেৱা আৰু সমাজৰ গৰীব তথা বঞ্চিত সমুদায়ক সবল কৰাত প্ৰবল সমৰ্থক হৈ আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ সামাজিক সক্ষমতা আৰু বিকাশৰ প্ৰগতিশীল দৃষ্টি; চৰকাৰৰ দ্বাৰা যোৱা ন বছৰত আৰম্ভ কৰা ঐতিহাসিক নীতি আৰু কাৰ্যক্ৰমৰ প্ৰেৰণাদায়ক শক্তি হৈ আছে।

পিএমঅ'ই প্ৰধানমন্ত্ৰীৰ ৱেবছাইটত প্ৰকাশিত লেখাৰ লিংক টুইট কৰিছে

"বঞ্চিত সমুদায়ক সমান সুযোগ প্ৰদান কৰি এক সামাজিকৰূপে সমাৱেশী ৰাষ্ট্ৰৰ নিৰ্মাণ।"

**********


(रिलीज़ आईडी: 1929373) आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam