প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি হাব যোজনাৰ সফলতাৰ শলাগ লয়

प्रविष्टि तिथि: 01 MAY 2023 2:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় এছচি-এছটি হাব যোজনাৰ প্ৰশংসা কৰিছে যাৰ জৰিয়তে এক লাখৰো অধিক লাভাৰ্থীৰ পঞ্জীকৰণৰ সংখ্যা অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাৰায়ণ ৰাণেৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে এমএছএমইক শক্তিশালী কৰাৰ অৰ্থ হৈছে সমাজৰ প্ৰতিটো শ্ৰেণীক শক্তিশালী কৰা।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"বহুত-বহুত অভিনন্দন! এমএছএমই খণ্ডক শক্তিশালী কৰাৰ অৰ্থ হৈছে- সমাজৰ প্ৰতিটো শ্ৰেণীৰ সবলীকৰণ। ৰাষ্ট্ৰীয় এছচি-এছটি হাব স্কিমৰ এই সফলতাই উৎসাহিত কৰিব।"

**********


(रिलीज़ आईडी: 1921287) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam