প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি আৰু প্ৰগতিৰ বাবে খুব ভাল খবৰঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
28 APR 2023 10:26AM by PIB Guwahati
স্থায়ী শান্তিৰ বাবে অসম চৰকাৰ আৰু ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি (ডিএনএলএ) য়ে কালি এক শান্তি চুক্তি স্বাক্ষৰ কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এই সম্বন্ধীয় এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰি লিখিছে -
“উত্তৰ-পূৱৰ শান্তি আৰু প্ৰগতিৰ বাবে এয়া খুব ভাল খবৰ।”
***
(ৰিলিজ আই ডি : 1920429)
অতিথি কক্ষ : 156
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam