প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জগতগুৰু আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তীত সশ্ৰদ্ধ প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ
Posted On:
25 APR 2023 5:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জগতগুৰু আদি শংকৰাচাৰ্যৰ জয়ন্তীত তেওঁলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এটা টুইটত উল্লেখ কৰে -
"অদ্বৈত বেদান্তৰ স্থপতি আৰু ভাৰতীয় সংস্কৃতিৰ নৱজাগৰণৰ পথপ্ৰদৰ্শক জগতগুৰু আদি শংকৰাচাৰ্যৰ জন্মজয়ন্তীত মই তেওঁক সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। তেওঁৰ আধ্যাত্মিক বাৰ্তাসমূহত এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ আত্মা আছে, যি যুগ যুগ ধৰি দেশবাসীৰ চালিকা শক্তি হৈ থাকিব। "
***
(Release ID: 1920398)
Read this release in:
Kannada
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam