প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কোচ্চিত দেশৰ প্ৰথম ৱাটাৰ মেট্ৰোৰ শলাগ লয়
Posted On:
26 APR 2023 1:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোচ্চিত দেশৰ প্ৰথম ৱাটাৰ মেট্ৰোৰ শলাগ লৈছে।
বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ এটা টুইট শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"এই চমকপ্ৰদ প্ৰাপ্তিৰ বাবে বহুত-বহুত অভিনন্দন! কানেক্টিভিটীৰ দিশত এয়া এক প্ৰশংসনীয় পদক্ষেপ, যাৰ ফলত গ্ৰীণ গ্ৰ'থো যথেষ্ট শক্তিশালী হ'ব।"
**********
(Release ID: 1919949)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam