প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চন্দ্ৰশেখৰৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 17 APR 2023 8:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চন্দ্ৰশেখৰৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে শ্ৰদ্ধা নিবেদন কৰি কয় -

"প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চন্দ্ৰশেখৰজীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ আমাৰ দেশলৈ অশেষ অৱদান আগবঢ়াই গৈছে আৰু সকলো ৰাজনৈতিক মতাদৰ্শৰ লোকৰ পৰাই তেওঁ আকুণ্ঠ সন্মান লাভ কৰিছিল। তেওঁ সমাজখনক অতি নিষ্ঠাৰে সেৱা আগবঢ়াইছিল আৰু দৰিদ্ৰতা দূৰ কৰিবলৈ অহৰ্নিশে কাম কৰিছিল।

*****


(रिलीज़ आईडी: 1918214) आगंतुक पटल : 135
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam