প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকলক অভিনন্দন জনাইছে
Posted On:
18 APR 2023 9:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকললৈ অভিনন্দন জ্ঞাপন কৰে।
কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে কৰা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"দেশৰ গাওঁসমূহৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিজয়ীসকলক অশেষ অভিনন্দন জনাইছো। আপোনালোকৰ সেৱা আৰু নিষ্ঠাৰ মনোভাৱে দেশবাসীক অনুপ্ৰাণিত কৰিব। "
*****
(Release ID: 1917871)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam