প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জাপানৰ ৱাকায়ামাত ৰাজহুৱা অনুষ্ঠানত সংঘটিত হিংসাত্মক ঘটনাক গৰিহণা দিয়ে

प्रविष्टि तिथि: 15 APR 2023 2:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ ৱাকায়ামাত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত সংঘটিত হিংসাত্মক ঘটনাক গৰিহণা দিয়ে ৷ সেই অনুষ্ঠানত জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীফুমিও কিছিদাও উপস্থিত আছিল।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"জাপানৰ ৱাকায়ামাত এক ৰাজহুৱা অনুষ্ঠানত সংঘটিত এক হিংসাত্মক ঘটনাৰ বিষয়ে জানিব পাৰিছো য'ত মোৰ বন্ধু প্ৰধানমন্ত্ৰী @Kishida230 উপস্থিত আছিল। তেওঁ সুৰক্ষিত বুলি জানি সকাহ পাইছো। তেওঁৰ নিৰন্তৰ সুস্থতা আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। ভাৰতে সকলো হিংসাত্মক কাৰ্য্যক গৰিহণা দিয়ে।"

***


(रिलीज़ आईडी: 1917540) आगंतुक पटल : 167
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada