প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত অনুষ্ঠিত পশু প্ৰদৰ্শনী আৰু কিষাণ মেলাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 08 APR 2023 11:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কিষাণ প্ৰদৰ্শনীসমূহে কৃষকসকলক আধুনিক প্ৰযুক্তিৰ অভিযোজনা কৰিবলৈ উৎসাহিত কৰিছে।

স্থানীয় সাংসদ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ সঞ্জীৱ বাল্যানে শ্বেয়াৰ কৰা উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত অনুষ্ঠিত পশু প্ৰদৰ্শনী আৰু কিষাণ মেলাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

"গুৰুত্বপূৰ্ণ প্ৰচেষ্টা! এনে কৃষক মেলাই আমাৰ অন্নদাতা ভ্ৰাতৃ-ভগ্নীসকলক ব্যাপকভাৱে আধুনিক প্ৰযুক্তিৰ অভিযোজনা কৰিবলৈ অনুপ্ৰাণিত কৰিব, তেওঁলোকৰ আয়ৰ উপায়ৰো বৰ্ধন ঘটাব।"

***

DS/SB


(रिलीज़ आईडी: 1915025) आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam