প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন ঔষধিৰ অধীনত দৰিদ্ৰ লোকসকলে সুলভ মূল্যত ব্যয়বহুল ঔষধ লাভ কৰাটো অতি সন্তোষজনকঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
08 APR 2023 10:39AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন ঔষধিৰ অধীনত দৰিদ্ৰ লোকসকলে সুলভ মূল্যত ব্যয়বহুল ঔষধ লাভ কৰাত সন্তুষ্টি ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰী জন ঔষধি পৰিযোজনাই কেনেদৰে দৰিদ্ৰ লোকসকলক সুলভ মূল্যত ঔষধ লাভ কৰাত সহায় কৰিছে, সেই সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী সোম প্ৰকাশৰ এক আৱেগিক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।
"প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ সফলতা প্ৰদৰ্শন কৰা বহুতো আৱেগিক উদাহৰণ আছে। দেশৰ আটাইতকৈ দৰিদ্ৰ লোকসকলে সহজে ব্যয়বহুল ঔষধ ক্ৰয় কৰিব পৰাটো দেখি বৰ সন্তোষ লাভ কৰিছো।"
***
DS/MS
(रिलीज़ आईडी: 1914969)
आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam