প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশবাসীলৈ প্ৰধানমন্ত্ৰী উৎকল দিৱসৰ শুভেচ্ছা
प्रविष्टि तिथि:
01 APR 2023 9:16AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উৎকল দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷
এলানি টুইটত শ্ৰী মোদীয়ে কয়:
"উৎকল দিৱসৰ শুভেচ্ছা। আমাৰ দেশৰ প্ৰগতিৰ ক্ষেত্ৰত উৰিষ্যা, ওড়িয়া লোক আৰু তেওঁলোকৰ সংস্কৃতিৰ সমৃদ্ধ ভূমিকাক স্বীকাৰ কৰাৰ দিন। উৰিষ্যাৰ লোকসকল অনাগত দিনবোৰত সুস্বাস্থ্য আৰু সমৃদ্ধিৰে উজ্বলি উঠক।"
***
DS
(रिलीज़ आईडी: 1913071)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam