প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব শ্ৰী নিকোলাই পাত্ৰুছেভে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে

Posted On: 29 MAR 2023 10:19PM by PIB Guwahati

ৰাছিয়ান ফেডাৰেচনৰ নিৰাপত্তা পৰিষদৰ সচিব শ্ৰী নিকোলাই পাত্ৰুছেভে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

***

DS/LP/MS



(Release ID: 1912231) Visitor Counter : 81