প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্বহীদ দিৱসত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 23 MAR 2023 9:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“ভাৰতে সদায় ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক মনত ৰাখিব৷ এইসকল মহান ব্যক্তি, যিসকলে আমাৰ স্বাধীনতা যুঁজত অতুলনীয় অৱদান আগবঢ়াইছিল৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1909805) आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada