প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পোষন পখোৱাড়াৰ সফলতাৰ কামনা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
22 MAR 2023 8:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পৰা আৰম্ভ হোৱা বাৰ্ষিক পোষণ পখোৱাড়াত শ্ৰী অন্ন (মিলেটছ)ৰ ওপৰত গুৰুত্ব আৰোপ কৰাত সুখ প্ৰকাশ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীৰ টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে,
“মই কামনা কৰোঁ যে পোশন পাখোৱাড়াই সঠিক পুষ্টিৰ বিষয়ে সজাগতা বিয়পোৱাত সহায় কৰিব আৰু ই পুষ্টিহীনতাৰ বিপদ দূৰ কৰিব পাৰিব। সুস্থ জীৱন-যাপনৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা ল’ব পৰা শ্ৰী অন্ন (মিলেটছ)ৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত আনন্দদায়ক।”
***
DS/AK/MS
(रिलीज़ आईडी: 1909543)
आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam