প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
13 MAR 2023 6:09PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে চাংমাই সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰেঃ
"প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী @SangmaConradৰ।"
*****
DS/SB
(ৰিলিজ আই ডি : 1907081)
অতিথি কক্ষ : 133
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada