প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে অস্কাৰ বিজয়ী ‘দ্য এলিফেন্ট হুইচপাৰছ’ৰ দলটোক অভিনন্দন জনায়
प्रविष्टि तिथि:
13 MAR 2023 11:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তথ্যচিত্ৰ নিৰ্মাতা কাৰ্তিকী গনচালভেছ, চলচ্চিত্ৰ প্ৰযোজক গুনীত মংগা আৰু 'দ্য এলিফেণ্ট হুইচপাৰছ'ৰ গোটেই দলটোক শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি চলচ্চিত্ৰৰ অস্কাৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
একাডেমীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"এই সন্মানৰ বাবে @EarthSpectrum, @guneetm আৰু 'দ্য এলিফেণ্ট হুইচপাৰছ'ৰ গোটেই দলটোক অভিনন্দন জনাইছো। তেওঁলোকৰ কামে বহনক্ষম বিকাশ আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাৰ গুৰুত্বক আশ্চৰ্যজনকভাৱে আলোকপাত কৰিছে। #Oscars "
******
DS/ST/MM
(रिलीज़ आईडी: 1907080)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada