প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে উষ্ম আদৰণিৰ বাবে মাণ্ড্যাক ধন্যবাদ দিয়ে

পোষ্ট কৰা হৈছে: 12 MAR 2023 3:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নিজৰ কৰ্ণাটক ভ্ৰমণৰ জৰিয়তে আজি মাণ্ড্যাত আছিল। তাত জনসাধাৰণে তেওঁক অত্যন্ত উৎসাহেৰে আদৰণি জনায় ।

এটা ভিডিঅ' শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"উষ্ম আদৰণিৰ বাবে ধন্যবাদ, মাণ্ড্যা!"

**********

DS/AK


(ৰিলিজ আই ডি : 1906374) অতিথি কক্ষ : 164