প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
খুণ্টি লোকসভা সমষ্টিৰ অন্তৰ্গত গুমলা ব্লকৰ মহিলা বিকাশ মণ্ডলৰ বাৰ্ষিক সাধাৰণ সন্মিলনত প্ৰায় ১৫,০০০ মহিলাৰ অংশগ্ৰহণক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
26 FEB 2023 10:34AM by PIB Guwahati
ঝাৰখণ্ড লোকসভা সমষ্টিৰ খুণ্টিৰ অন্তৰ্গত গুমলা ব্লকৰ মহিলা বিকাশ মণ্ডলৰ বাৰ্ষিক সাধাৰণ সন্মিলনত প্ৰায় ১৫,০০০ মহিলাৰ অংশগ্ৰহণৰ বিষয়টোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে। তেওঁ কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ এটা টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে য’ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল এইদৰে যে খুণ্টি লোকসভা সমষ্টিৰ অন্তৰ্গত পালকোট (গুমলা) ব্লকত মহিলা বিকাশ মণ্ডলৰ বাৰ্ষিক সাধাৰণ সন্মিলনত প্ৰায় ১৫,০০০ মহিলাই অংশগ্ৰহণ কৰে। এই সন্মিলনত ৯৪৪ গৰাকী মহিলা মণ্ডলৰ মহিলাই অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"অতি প্ৰশংসনীয় প্ৰয়াস। মহিলাসকলৰ বৰ্দ্ধিত অংশগ্ৰহণ তেওঁলোকৰ সবলীকৰণ আৰু বিকাশৰ লক্ষণ।"
*************************
DS/ST /KG
(ৰিলিজ আই ডি : 1902696)
অতিথি কক্ষ : 151
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam