প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে 'আদি মহোৎসৱ'ৰ প্ৰতি আগ্ৰহত আনন্দ প্ৰকাশ কৰিছে

Posted On: 23 FEB 2023 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'আদি মহোৎসৱ'ৰ প্ৰতি ব্যাপক আগ্ৰহ দেখি আনন্দ প্ৰকাশ কৰিছে। তেওঁ লোকসভাৰ সাংসদ ড০ ভোলা সিঙৰ টুইট থ্ৰেডৰ সঁহাৰি উত্তৰ দিয়ে 'ত শ্ৰী সিঙে তেওঁৰ 'আদি মহোৎসৱ' ভ্ৰমণৰ বিষয়ে অৱগত কৰিছে আৰু কয় যে ইয়াক অতি সুন্দৰভাৱে আয়োজন কৰা হৈছে য'ত আপুনি সমগ্ৰ ভাৰতৰ পৰা জনজাতীয় সংস্কৃতিৰ আশ্চৰ্যজনক উপস্থাপন চাব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"দেখি ভাল লাগিছে যে আপুনি 'আদি মহোৎসৱ'ক লৈ আগ্ৰহ প্ৰকাশ কৰিছে। জনজাতীয় সমাজৰ সংস্কৃতি আৰু তেওঁলোকৰ খাদ্যৰ সৈতে সম্পৰ্কিত আপোনাৰ অভিজ্ঞতা উৎসাহজনক।"

*****

DS/ST/MM



(Release ID: 1901952) Visitor Counter : 90