প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰসংঘৰ ‘সাধাৰণ পৰিষদ’ৰ অধ্যক্ষ ছাবা কোৰোছিক প্ৰধানমন্ত্ৰীৰ আদৰণি
পোষ্ট কৰা হৈছে:
30 JAN 2023 7:50PM by PIB Guwahati
ৰাষ্ট্ৰসংঘৰ ‘সাধাৰণ পৰিষদ’ৰ ৭৭ সংখ্যক অধিৱেশনৰ অধ্যক্ষ মহামহিম ছাবা কোৰোছিক আজি আদৰণি জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
“প্ৰথমবাৰৰ বাবে ভাৰতলৈ অহা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ ছাবা কোৰোছিক আদৰিবলৈ পাই আনন্দিত হৈছো। ৰাষ্ট্ৰসংঘকে ধৰি বহুপক্ষবাদৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা পুনৰ দোহাৰিছো। গোলকীয় জলসম্পদৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ গুৰুত্ব সন্দৰ্ভত আমি আলোচনা কৰিছো। #G20Indiaলৈ তেওঁ আগবঢ়োৱা সমৰ্থনক আদৰণি জনাইছো”।
***
DS/AK/KB
(ৰিলিজ আই ডি : 1895981)
অতিথি কক্ষ : 165
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam