প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে

प्रविष्टि तिथि: 31 JAN 2023 7:44PM by PIB Guwahati

দেশীয়ভাৱে উত্পাদিত এভিজিএএছ ১০এলএলৰ প্ৰথমটো গোট পাপুয়া নিউ গিনিলৈ সফলতাৰে ৰপ্তানি কৰি ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ দিশত ইণ্ডিয়ান অইল কৰ্প লিমিটেডে কৰা প্ৰচেষ্টাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে।

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ এক টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"এইয়া দেখিবলৈ পাই আনন্দিত হৈছোঁ। ই আমাৰ আত্মনিৰ্ভৰ ভাৰত প্ৰচেষ্টাক শক্তি প্ৰদান কৰে।"

***

DS/TS/KG


(रिलीज़ आईडी: 1895679) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam