পোষ্ট কৰা হৈছে:
24 JAN 2023 5:12PM by PIB Guwahati
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী সুখবিন্দৰ সিং চুক্খুয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী সুখবিন্দৰ সিং চুক্খুয়ে প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।"
***
DS/SH/SB