ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৩

प्रविष्टि तिथि: 18 JAN 2023 4:42PM by PIB Guwahati

‘ভাৰতৰ নিৰ্বাচন আয়োগে’ জলবায়ু সম্পৰ্কীয় পৰিস্থিতি, শৈক্ষিক দিনপঞ্জী, ব'ৰ্ড পৰীক্ষা, প্ৰধান উৎসৱসমূহ, প্ৰচলিত আইন-শৃংখলা পৰিস্থিতি, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপলব্ধতা, যাতায়াত, পৰিবহন আৰু সময়মতে বাহিনীসমূহৰ মোতায়েনৰ বাবে প্ৰয়োজনীয় সময় আৰু অন্যান্য বাস্তৱিকতাসমূহৰ গভীৰ মূল্যায়নৰ দৰে প্ৰাসংগিক দিশসমূহ বিবেচনা কৰি মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা বিধান সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সময়সূচী যুগুতাই উলিয়াইছে।

আয়োগে সকলো প্ৰাসংগিক দিশ বিবেচনা কৰাৰ পিছত মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ মাননীয় ৰাজ্যপালক ‘জনপ্ৰতিনিধিত্ব আইন, ১৯৫১’-ৰ প্ৰাসঙ্গিক বিধানৰ অধীনত সাধাৰণ নিৰ্বাচনৰ বাবে জাননী জাৰি কৰিবলৈ পৰামৰ্শ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

ত্ৰিপুৰা বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী

নিৰ্বাচনী কৰ্মসূচী

ত্ৰিপুৰা

(৬০টা সমষ্টিৰ আটাইকেইটাতে)

ৰাজপত্ৰত অধিসূচনা জাৰি কৰাৰ তাৰিখ

 

২১ জানুৱাৰী,

(শনিবাৰ)

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ

 

৩০ জানুৱাৰী, ২০২৩

(সোমবাৰ)

মনোনয়ন পৰীক্ষাৰ তাৰিখ

 

৩১ জানুৱাৰী, ২০২৩

(মঙলবাৰ)

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ

২ ফেব্ৰুৱাৰী, ২০২৩

(বৃহস্পতিবাৰ)

ভোটদানৰ তাৰিখ

 

১৬ ফেব্ৰুৱাৰী, ২০২৩

(বৃহস্পতি)

ভোট গণনাৰ তাৰিখ

 

২ মাৰ্চ, ২০২৩

(বৃহস্পতিবাৰ)

নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ আগৰ তাৰিখ

৪ মাৰ্চ, ২০২৩

(শনিবাৰ)

 

মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী

নিৰ্বাচনী কৰ্মসূচী

মেঘালয় আৰু নাগালেণ্ড

(দুয়োখন ৰাজ্যৰে ৬০টাকৈ সমষ্টিৰ আটাইকেইটাতে)

ৰাজপত্ৰত অধিসূচনা জাৰি কৰাৰ তাৰিখ

 

৩১ জানুৱাৰী, ২০২৩

(মঙলবাৰ)

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ

 

৭ ফেব্ৰুৱাৰী, ২০২৩

(মঙলবাৰ)

মনোনয়ন পৰীক্ষাৰ তাৰিখ

 

৮ ফেব্ৰুৱাৰী, ২০২৩

(বুধবাৰ)

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ

১০ ফেব্ৰুৱাৰী, ২০২৩

(শুক্ৰবাৰ)

ভোটদানৰ তাৰিখ

 

২৭ ফেব্ৰুৱাৰী, ২০২৩

(সোমবাৰ)

ভোট গণনাৰ তাৰিখ

 

২ মাৰ্চ, ২০২৩

(বৃহস্পতিবাৰ)

নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ আগৰ তাৰিখ

৪ মাৰ্চ, ২০২৩

(শনিবাৰ)

 

***

RP/KB


(रिलीज़ आईडी: 1892114) आगंतुक पटल : 234
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Tamil