প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেপালত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 JAN 2023 8:16PM by PIB Guwahati
নেপালত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"নেপালত সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰাণহানি হোৱাৰ খবৰে ব্যথিত কৰিছে। যিটো দুৰ্ঘটনাত ভাৰতীয় নাগৰিককে ধৰি বহু বিশেষ ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। দুখৰ এই মুহুৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু প্ৰাৰ্থনা জনাইছোঁ।"
***
DS/SH/KG
(रिलीज़ आईडी: 1892085)
आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam