প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰায়ণৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 14 JAN 2023 10:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰায়ণ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"উত্তৰায়াণ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছোঁ। আমাৰ সকলোৰে জীৱন প্ৰচুৰ আনন্দৰে ভৰি থাকক।"

 

***

DS/SH/KG


(ৰিলিজ আই ডি : 1891709) অতিথি কক্ষ : 152