প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশবাসীলৈ ল’হৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
13 JAN 2023 6:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক ল’হৰীৰ শুভেচ্ছা জ্ঞাপন কৰে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"আপোনালোক সকলোকে ল’হৰীৰ শুভেচ্ছা! এই উৎসৱে আমাৰ সমাজত সম্প্ৰীতিৰ ভাৱনা কঢ়িয়াই আনক। চাৰিওফালে সুখ শান্তি বিৰাজ কৰক।"
***
DS/SH
(रिलीज़ आईडी: 1891380)
आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam