প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মাঘ বিহু উপলক্ষে ৰাইজক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 JAN 2023 9:17AM by PIB Guwahati
মাঘ বিহু উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক শুভেচ্ছা জনাইছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"মাঘ বিহুৰ শুভেচ্ছা। আশাকৰোঁ এই উৎসৱে প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰি আনন্দৰ পৰিৱেশ আৰু অধিক আগুৱাই নিব।"
***
DS/SH/MS
(रिलीज़ आईडी: 1891378)
आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam