প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

যোশীমঠ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ সভা অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে

प्रविष्टि तिथि: 08 JAN 2023 12:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই আজি আবেলি প্ৰধানমন্ত্ৰীৰ কাৰ্যলয়ত কেবিনেট সচিব, ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্যসকলৰ উপস্থিতিৰে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব।

যোশীমঠৰ জিলা বিষয়াসকলেও এই সভাত ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰিব।

উত্তৰাখণ্ডৰ জ্যেষ্ঠ বিষয়াবৰ্গইয়ো ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ জৰিয়তে সভাখনত ভাগ ল’ব।

 

***

DS/AK/KB


(रिलीज़ आईडी: 1889658) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Gujarati , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Malayalam