প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম বাৰ্ষিকীত মন্নাথু পদ্মনাভনলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Posted On:
02 JAN 2023 6:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্নাথু পদ্মনাভনৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে সমাজ সংস্কাৰ, গ্ৰামোন্নয়ন আৰু ভাৰতৰ স্বাধীনতা আন্দোলনলৈ তেওঁৰ অৱদানক সোঁৱৰণ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“জন্ম বাৰ্ষিকী উপলক্ষে মন্নাথু পদ্মনাভনলৈ শ্ৰদ্ধা নিবেদন কৰিছো। সমাজ সংস্কাৰৰ ক্ষেত্ৰত তেওঁ আগবঢ়াই থৈ যোৱা অৱদান আৰু তেওঁৰ সেৱাই অগণিত জনতাক অনুপ্ৰাণিত কৰি আহিছে। গ্ৰামোন্নয়নৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবেও তেওঁ বহুলভাৱে সমাদৃত হৈ আহিছে আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত অসামান্য বৰঙণি আগবঢ়াইছিল।”
***
DS/TS/SB
(Release ID: 1888912)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam