প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে চৰকাৰ গঠনৰ বাবে বেঞ্জামিন নেতান্যাহুক অভিনন্দন জনায়

प्रविष्टि तिथि: 29 DEC 2022 10:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেঞ্জামিন নেতান্যাহুক ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ তথা চৰকাৰ গঠন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এইদৰে টুইট কৰে;

"চৰকাৰ গঠনৰ বাবে @netanyahu-লৈ আন্তৰিক অভিনন্দন থাকিল। আমাৰ কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে যৌথভাৱে কাম কৰাৰ বাবে অপেক্ষা কৰি আছো।"

***

DS/ST/MM


(रिलीज़ आईडी: 1888284) आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam