প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱবৰ্ষত দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 JAN 2023 10:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"২০২৩ চনটো সকলোৰে বাবে শুভ হওঁক! ই আশা, সুখ আৰু অলেখ সফলতাৰে পৰিপূৰ্ণ হৈ উঠক। সকলো সু-স্বাস্থ্যৰ গৰাকী হওঁক।"

***

DS/ST/SB


(रिलीज़ आईडी: 1888001) आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Marathi , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam