প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়

प्रविष्टि तिथि: 12 DEC 2022 11:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।

উত্তৰ-পূব অঞ্চলৰ পৰ্যটন, সংস্কৃতি আৰু উন্নয়ন মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"@PMSangrahalaya শব্দ আৰু পোহৰপ্ৰদৰ্শনে তালৈ অহাৰ আনন্দ বৃদ্ধি কৰিব। নিশ্চিতভাৱে আহক। "

***

DS/SH


(रिलीज़ आईडी: 1886690) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam