প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জয়ন্তীত পণ্ডিত মদন মোহন মালৱীয়লৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য
प्रविष्टि तिथि:
25 DEC 2022 8:50AM by PIB Guwahati
জয়ন্তীত পণ্ডিত মদন মোহন মালৱীয়লৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ শিক্ষাখণ্ডক সমৃদ্ধ কৰাৰ বাবে পণ্ডিত মদন মোহন মালৱীয়াই আগবঢ়োৱা স্মৰণীয় অৱদানৰ কথা শ্ৰী মোদীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে কৰা টুইটত কয়;
“আই ভাৰতীৰ মহান সন্তান মহামান্য পণ্ডিত মদন মোহন মালৱীয় জীক তেওঁৰ জয়ন্তীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো। দেশৰ শিক্ষাজগতৰ সমৃদ্ধিৰ বাবে তেওঁ জীৱন উচৰ্গিত কৰিছিল, যাৰ বাবে তেওঁ সদায়ে স্মৰণীয় হৈ ৰ’ব”।
***
DS/ST/KB
(रिलीज़ आईडी: 1886657)
आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam