প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী ভূপেন্দ্ৰভাই পেটেলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 12 DEC 2022 3:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী ভূপেন্দ্ৰভাই পেটেলক অভিনন্দন জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী ভূপেন্দ্ৰভাই পেটেলক অভিনন্দন জনালো। লগতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোকে অভিনন্দন জনাইছো। এই শক্তিশালী টীমটোৱে গুজৰাটক প্ৰগতিৰ নতুন শিখৰত উপনীত কৰাব।"

 

***

DS/SH/SB



(Release ID: 1883334) Visitor Counter : 88