প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

Posted On: 08 DEC 2022 2:32PM by PIB Guwahati

মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী জোৰামথাংগাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে:

"মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী জোৰামথাংগাই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"

***

DS/SH



(Release ID: 1881970) Visitor Counter : 107