প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গীতা জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে
प्रविष्टि तिथि:
03 DEC 2022 12:43PM by PIB Guwahati
গীতা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক শুভেচ্ছা জনাইছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"भारतामृत सर्वस्वं विष्णोर्वक्त्राद्विनिः सृतम्।
गीता गंगोदकं पीत्वा पुनर्जन्म न विद्यते।।
গীতা জয়ন্তীত সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শ্ৰীমদ্ভাগৱত গীতাই যুগ যুগ ধৰি মানৱতাক সঠিক পথ প্ৰদৰ্শন কৰি আহিছে। আধ্যাত্মিকতা আৰু জীৱন দৰ্শনৰ সৈতে জড়িত এই মহান গ্ৰন্থখন প্ৰতিটো যুগত পথ প্ৰদৰ্শক হৈ থাকিব।"
***
DS/SH/MS
(रिलीज़ आईडी: 1880744)
आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam