প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন অষ্ট্ৰেলিয়াৰ সংসদৰ
আমাৰ ব্যাৱসায়িক সম্প্ৰদায়ে ইচিটিএক ব্যাপকৰূপত আদৰি ল'ব: পিএম
प्रविष्टि तिथि:
22 NOV 2022 7:05PM by PIB Guwahati
অষ্ট্ৰেলিয়াৰ সংসদে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন জনোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনী আলবানিজক ধন্যবাদ জনাইছে।
শ্ৰী মোদীয়ে লগতে কৈছে যে অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি (ইচিটিএ)ক আমাৰ ব্যাৱসায়িক সম্প্ৰদায়ে ব্যাপক আদৰণি জনাব, আৰু ভাৰত-অষ্ট্ৰেলিয়া বুজাবুজি ৰণনীতিগত বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিব।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনী আলবানিজৰ এটা টুইটৰ প্ৰতিক্ৰিয়া কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"ধন্যবাদ প্ৰধানমন্ত্ৰী @AlboMP! ভাৰত-অষ্ট্ৰেলিয়া ইচিটিএৰ শক্তিত প্ৰৱেশ আমাৰ ব্যাৱসায়িক সম্প্ৰদায়ৰ দ্বাৰা ব্যাপক সমাদৃত হ'ব, আৰু ভাৰত-অষ্ট্ৰেলিয়া বুজাবুজি ৰণনীতিগত বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিব।"
***
DS/ST
(रिलीज़ आईडी: 1878183)
आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam