প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 19 NOV 2022 11:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“জন্ম বাৰ্ষিকীত আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো৷”

***

DS/ST/DB



(Release ID: 1877480) Visitor Counter : 113