প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

प्रविष्टि तिथि: 13 NOV 2022 1:19PM by PIB Guwahati

জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল শ্ৰী মনোজ সিনহাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আজি এক টুইটযোগে এই কথা সদৰী কৰে এইদৰে -

"জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী @manojsinha_ য়ে আজি প্ৰধানমন্ত্ৰী @narendramodi কসাক্ষাৎ কৰে।

***

DS/SH


(रिलीज़ आईडी: 1875741) आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam